<?xml version="1.0" encoding="UTF-8"?>
<!-- 
  ~ Copyright (C) 2025 The Android Open Source Project
  ~
  ~ Licensed under the Apache License, Version 2.0 (the "License");
  ~ you may not use this file except in compliance with the License.
  ~ You may obtain a copy of the License at
  ~
  ~      https://www.apache.org/licenses/LICENSE-2.0
  ~
  ~ Unless required by applicable law or agreed to in writing, software
  ~ distributed under the License is distributed on an "AS IS" BASIS,
  ~ WITHOUT WARRANTIES OR CONDITIONS OF ANY KIND, either express or implied.
  ~ See the License for the specific language governing permissions and
  ~ limitations under the License.
   -->

<resources xmlns:android="http://schemas.android.com/apk/res/android"
    xmlns:xliff="urn:oasis:names:tc:xliff:document:1.2">
    <string name="title_unknown_source_blocked" msgid="50770689337399043">"অনুমতিৰ প্ৰয়োজন"</string>
    <string name="title_install_blocked" msgid="8292546042865448054">"ইনষ্টল কৰাটো অৱৰোধ কৰা হৈছে"</string>
    <string name="title_install_staging" msgid="6207460764383813714">"এপ্‌ সাজু কৰি থকা হৈছে…"</string>
    <string name="title_install" msgid="6806728682404990326">"এই এপ্‌টো ইনষ্টল কৰিবনে?"</string>
    <string name="title_installing" msgid="3738380766257176010">"ইনষ্টল কৰি থকা হৈছে…"</string>
    <string name="title_installed" msgid="6551855346109302601">"এপ্ ইনষ্টল কৰা হৈছে"</string>
    <string name="title_reinstall" msgid="1750856338036455388">"এই এপ্‌টো পুনৰ ইনষ্টল কৰিবনে?"</string>
    <string name="title_reinstalling" msgid="8194821341725321638">"পুনৰ ইনষ্টল কৰি থকা হৈছে…"</string>
    <string name="title_reinstalled" msgid="4805694558041089418">"এপ্‌ পুনৰ ইনষ্টল কৰা হৈছে"</string>
    <string name="title_update" msgid="1747328630716712391">"এই এপ্‌টো আপডে’ট কৰিবনে?"</string>
    <string name="title_update_ownership_change" msgid="6628818356381453406">"এই এপ্‌টো <xliff:g id="NEW_UPDATE_OWNER">%1$s</xliff:g> আপডে’ট কৰিবনে?"</string>
    <string name="title_updating" msgid="5449073288264173554">"আপডে’ট কৰি থকা হৈছে…"</string>
    <string name="title_updated" msgid="3286125118804971449">"এপ্‌টো আপডে’ট কৰা হৈছে"</string>
    <string name="title_cant_install_app" msgid="8683361719005005686">"এপ্‌ ইনষ্টল কৰিব নোৱাৰি"</string>
    <string name="title_install_failed_blocked" msgid="4864724257000850526">"ইনষ্টল কৰাটো অৱৰোধ কৰা হৈছে"</string>
    <string name="title_install_failed_incompatible" msgid="9153043742028690470">"এপ্‌ সমিল নহয়"</string>
    <string name="title_install_failed_invalid_package" msgid="3390527559613519562">"অমান্য পেকেজ"</string>
    <string name="title_install_failed_less_storage" msgid="4854855960405469248">"ষ্ট’ৰেজত পৰ্যাপ্ত ঠাই নাই"</string>
    <string name="title_install_failed_not_installed" msgid="8014023519071426269">"এপ্‌টো ইনষ্টল কৰা হোৱা নাই"</string>
    <string name="title_uninstall" msgid="428653424812685605">"এই এপ্‌টো আনইনষ্টল কৰিবনে?"</string>
    <string name="title_uninstall_clone" msgid="7974889929002929136">"এই এপৰ ক্ল’নটো মচিবনে?"</string>
    <string name="title_uninstall_updates_system_app" msgid="4827243291196043359">"এপৰ আপডে’ট আনইনষ্টল কৰিবনে?"</string>
    <string name="title_uninstall_updates_system_app_all_users" msgid="5720572619103268328">"সকলো ব্যৱহাৰকাৰীৰ বাবে এপৰ আপডে’ট আনইনষ্টল কৰিবনে?"</string>
    <string name="title_uninstall_all_users" msgid="2008934480150627653">"সকলো ব্যৱহাৰকাৰীৰ বাবে এই এপ্‌টো আনইনষ্টল কৰিবনে?"</string>
    <string name="title_uninstall_other_user" msgid="2271467467800640363">"ব্যৱহাৰকাৰী \"<xliff:g id="USER_NAME">%1$s</xliff:g>\"ৰ বাবে এই এপ্‌টো আনইনষ্টল কৰিবনে?"</string>
    <string name="title_uninstall_app_not_found" msgid="501803094061097579">"এপ্ পোৱা নগ’ল"</string>
    <string name="title_uninstall_user_not_allowed" msgid="1555448944495159635">"এই এপ্‌টো আনইনষ্টল কৰিব নোৱাৰি"</string>
    <string name="title_uninstall_failed" msgid="4522950368147075143">"এপ্‌ আনইনষ্টল কৰা হোৱা নাই"</string>
    <string name="title_archive" msgid="2876455228073419830">"এই এপ্‌টো আৰ্কাইভ কৰিবনে?"</string>
    <string name="title_archive_all_users" msgid="5904736601499520543">"সকলো ব্যৱহাৰকাৰীৰ বাবে এই এপ্‌টো আৰ্কাইভ কৰিবনে?"</string>
    <string name="title_archive_other_user" msgid="6686508642274629645">"ব্যৱহাৰকাৰী \"<xliff:g id="USER_NAME">%1$s</xliff:g>\"ৰ বাবে এই এপ্‌টো আৰ্কাইভ কৰিবনে?"</string>
    <string name="title_restore" msgid="8934911753892124574">"এই এপ্‌টো পুনঃস্থাপন কৰিবনে?"</string>
    <string name="title_restore_error_user_action_needed" msgid="5696944142011800104">"কাৰ্যব্যৱস্থা লোৱাৰ প্ৰয়োজন"</string>
    <string name="title_restore_error_less_storage" msgid="1702198163928260711">"ষ্ট’ৰেজত পৰ্যাপ্ত ঠাই নাই"</string>
    <string name="title_restore_error_offline" msgid="4611160277876184886">"আপুনি অফলাইন হৈ আছে"</string>
    <string name="title_restore_error_installer_disabled" msgid="6955341343521073762">"<xliff:g id="INSTALLER_NAME">%1$s</xliff:g> অক্ষম কৰা আছে"</string>
    <string name="title_restore_error_installer_absent" msgid="4650702260526161948">"<xliff:g id="INSTALLER_NAME">%1$s</xliff:g> ইনষ্টল কৰা হোৱা নাই"</string>
    <string name="title_restore_error_generic" msgid="3675732737839176301">"কিবা ভুল হ’ল"</string>
    <string name="message_update_owner_change" product="tablet" msgid="721928859405955082">"এই এপ্‌টোৱে সাধাৰণতে &lt;b&gt;<xliff:g id="EXISTING_UPDATE_OWNER">%1$s</xliff:g>&lt;/b&gt;ৰ পৰা আপডে’ট লাভ কৰে। অন্য এটা উৎস ব্যৱহাৰ কৰি আপডে’ট কৰিলে, আপুনি যিকোনো উৎসৰ পৰা আপোনাৰ টেবলেটত অনাগত আপডে’টসমূহ পাব পাৰে। এপৰ কাৰ্যক্ষমতা সলনি হ’ব পাৰে।"</string>
    <string name="message_update_owner_change" product="tv" msgid="7398850682198100493">"এই এপ্‌টোৱে সাধাৰণতে &lt;b&gt;<xliff:g id="EXISTING_UPDATE_OWNER">%1$s</xliff:g>&lt;/b&gt;ৰ পৰা আপডে’ট লাভ কৰে। অন্য এটা উৎস ব্যৱহাৰ কৰি আপডে’ট কৰিলে, আপুনি যিকোনো উৎসৰ পৰা আপোনাৰ টিভিত অনাগত আপডে’টসমূহ পাব পাৰে। এপৰ কাৰ্যক্ষমতা সলনি হ’ব পাৰে।"</string>
    <string name="message_update_owner_change" product="default" msgid="8415571223941666411">"এই এপ্‌টোৱে সাধাৰণতে &lt;b&gt;<xliff:g id="EXISTING_UPDATE_OWNER">%1$s</xliff:g>&lt;/b&gt;ৰ পৰা আপডে’ট লাভ কৰে। অন্য এটা উৎস ব্যৱহাৰ কৰি আপডে’ট কৰিলে, আপুনি যিকোনো উৎসৰ পৰা আপোনাৰ ফ’নত অনাগত আপডে’টসমূহ পাব পাৰে। এপৰ কাৰ্যক্ষমতা সলনি হ’ব পাৰে।"</string>
    <string name="message_external_source_blocked" product="tablet" msgid="1404860482919177902">"আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ টেবলেটটোক বৰ্তমান এই উৎসটোৰ পৰা অজ্ঞাত এপ্‌ ইনষ্টল কৰাৰ অনুমতি দিয়া হোৱা নাই। আপুনি এইটো ছেটিঙত সলনি কৰিব পাৰে।"</string>
    <string name="message_external_source_blocked" product="tv" msgid="1394622045008552842">"আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ টিভিটোক বৰ্তমান এই উৎসটোৰ পৰা অজ্ঞাত এপ্‌ ইনষ্টল কৰাৰ অনুমতি দিয়া হোৱা নাই। আপুনি এইটো ছেটিঙত সলনি কৰিব পাৰে।"</string>
    <string name="message_external_source_blocked" product="watch" msgid="1532513823566863443">"আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ ঘড়ীটোক বৰ্তমান এই উৎসটোৰ পৰা অজ্ঞাত এপ্‌ ইনষ্টল কৰাৰ অনুমতি দিয়া হোৱা নাই। আপুনি এইটো ছেটিঙত সলনি কৰিব পাৰে।"</string>
    <string name="message_external_source_blocked" product="default" msgid="2781541659935183726">"আপোনাৰ সুৰক্ষাৰ বাবে আপোনাৰ ফ’নটোক বৰ্তমান এই উৎসটোৰ পৰা অজ্ঞাত এপ্‌ ইনষ্টল কৰাৰ অনুমতি দিয়া হোৱা নাই। আপুনি এইটো ছেটিঙত সলনি কৰিব পাৰে।"</string>
    <string name="message_anonymous_source_warning" product="default" msgid="4012873091955414109">"আপোনাৰ ফ’ন আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। আপুনি এই এপ্‌টো ইনষ্টল কৰি এপ্‌টোৰ ব্যৱহাৰৰ ফলত আপোনাৰ ফ’নত হ’ব পৰা যিকোনো ক্ষতি বা ডেটা ক্ষয়ৰ বাবে আপুনি নিজে দায়ী হ’ব বুলি সন্মতি দিয়ে।"</string>
    <string name="message_anonymous_source_warning" product="tablet" msgid="5167072167473447125">"আপোনাৰ টেবলেট আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। এই এপ্‌টো ইনষ্টল কৰি আপুনি ইয়াক ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ টেবলেটত হ’ব পৰা যিকোনো ক্ষতি বা ডেটা ক্ষয়ৰ বাবে আপুনি নিজে দায়ী হ’ব বুলি সন্মতি দিয়ে।"</string>
    <string name="message_anonymous_source_warning" product="tv" msgid="6827454085562760175">"আপোনাৰ টিভি আৰু ব্যক্তিগত ডেটা অজ্ঞাত এপৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা অধিক। আপুনি এই এপ্‌টো ইনষ্টল কৰি এপ্‌টোৰ ব্যৱহাৰৰ ফলত আপোনাৰ টিভিত হ’ব পৰা যিকোনো ক্ষতি বা ডেটা ক্ষয়ৰ বাবে আপুনি নিজে দায়ী হ’ব বুলি সন্মতি দিয়ে।"</string>
    <string name="message_install_failed_blocked" msgid="8289588872577100349">"এই এপ্‌টো ইনষ্টল কৰাটো অৱৰোধ কৰা হৈছে"</string>
    <string name="message_install_failed_conflict" msgid="1707670432024473123">"এই এপ্‌টোৰ আপোনাৰ ডিভাইচত ইতিমধ্যে থকা এটা এপৰ সৈতে সংঘাত হৈছে"</string>
    <string name="message_install_failed_incompatible" msgid="184079710727317076">"এই এপ্‌টো আপোনাৰ ডিভাইচৰ সৈতে সুসংগত নহয়"</string>
    <string name="message_install_failed_invalid" msgid="6607567121196588310">"এই এপ্‌টোৰ ইনষ্টলেশ্বন ফাইলত কিবা সমস্যা আছে"</string>
    <string name="message_install_failed_less_storage" msgid="5263281541675717769">"এই এপ্‌টো ইনষ্টল কৰিবলৈ ঠাই খালী কৰক আৰু পুনৰ চেষ্টা কৰক"</string>
    <string name="message_parse_failed" msgid="205300138438352785">"এপৰ ফাইলত কিবা সমস্যা হৈছে"</string>
    <string name="message_no_install_apps_restriction" msgid="6772323689748831650">"এপ্‌ ইনষ্টল কৰাটো প্ৰতিবন্ধিত কৰা হৈছে"</string>
    <string name="message_no_install_unknown_apps_restriction" msgid="6111967131011920924">"অজ্ঞাত এপ্‌ ইনষ্টল কৰাটো প্ৰতিবন্ধিত কৰা হৈছে"</string>
    <string name="message_uninstall_with_clone_instance" msgid="12594156305221478">"এই এপ্‌টোৰ এটা ক্ল’নো আছে আৰু সেইটো মচি পেলোৱা হ’ব"</string>
    <string name="message_delete_clone_app" msgid="6632017049227330363">"এই এপ্‌টো <xliff:g id="APP_LABEL">%1$s</xliff:g>ৰ ক্ল’ন"</string>
    <string name="message_uninstall_updates_system_app" msgid="1246198093614610171">"এই এপ্‌টো ফেক্টৰী সংস্কৰণৰ সৈতে সলনি কৰা হ’ব। আটাইবোৰ এপ্‌ ডেটা আঁতৰোৱা হ’ব।"</string>
    <string name="message_uninstall_updates_system_app_all_users" msgid="1659615085602508659">"ডিভাইচটোত সকলো ব্যৱহাৰকাৰীৰ বাবে এই এপ্‌টো ফেক্টৰী সংস্কৰণৰ সৈতে সলনি কৰা হ’ব। আটাইবোৰ এপ্‌ ডেটা আঁতৰোৱা হ’ব।"</string>
    <string name="message_uninstall_work_profile" msgid="224587253086750763">"এই এপ্‌টো আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলৰ পৰা আনইনষ্টল কৰা হ’ব"</string>
    <string name="message_uninstall_private_space" msgid="2815872500665141251">"এই এপ্‌টো আপোনাৰ প্ৰাইভেট স্পে’চৰ পৰা আনইনষ্টল কৰা হ’ব"</string>
    <string name="message_uninstall_app_not_found" msgid="1228396155188846293">"ইনষ্টল হৈ থকা এপৰ সূচীত এপ্‌টো পোৱা নগ’ল বা সেইটো ইতিমধ্যে আনইনষ্টল কৰা হৈছে"</string>
    <string name="message_uninstall_user_not_allowed" msgid="4812707444447008148">"বর্তমানৰ ব্যৱহাৰকাৰীগৰাকীক এইটো আনইনষ্টল কৰিবলৈ অনুমতি দিয়া হোৱা নাই"</string>
    <string name="message_uninstall_failed" msgid="4678598986902459187">"এই এপ্‌টো আনইনষ্টল কৰিব পৰা নগ’ল"</string>
    <string name="message_uninstall_keep_data" msgid="3955153594868206983">"এপ্‌ ডেটা ৰাখক"</string>
    <string name="message_archive" msgid="943853731737315850">"আপোনাৰ এপ্‌ ডেটা ছেভ কৰা হ’ব"</string>
    <string name="message_archive_all_users" msgid="4664139369764501351">"আটাইবোৰ এপ্‌ ডেটা ছেভ কৰা হ’ব"</string>
    <string name="message_archive_other_user" msgid="6465828676043191175">"এপ্‌ ডেটা ছেভ কৰা হ’ব"</string>
    <string name="message_archive_work_profile" msgid="7601504268820630858">"এই এপ্‌টো আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলৰ পৰা আৰ্কাইভ কৰা হ’ব। আপোনাৰ এপ্‌ ডেটা ছেভ কৰা হ’ব।"</string>
    <string name="message_archive_private_space" msgid="4873651645762576624">"এই এপ্‌টো আপোনাৰ প্ৰাইভেট স্পে’চৰ পৰা আৰ্কাইভ কৰা হ’ব। আপোনাৰ এপ্‌ ডেটা ছেভ কৰা হ’ব।"</string>
    <string name="message_restore" msgid="8402726798623569969">"এই এপ্‌টো নেপথ্যত <xliff:g id="INSTALLER_NAME">%1$s</xliff:g>ৰ পৰা ডাউনল’ড হ’ব"</string>
    <string name="message_restore_error_user_action_needed" msgid="2206904734076205208">"আপুনি এই এপ্‌টো পুনঃস্থাপন কৰিব পৰাৰ পূৰ্বে <xliff:g id="INSTALLER_NAME">%1$s</xliff:g>ক অধিক তথ্যৰ প্ৰয়োজন"</string>
    <string name="message_restore_error_less_storage" msgid="4945507738776981462">"এই এপ্‌টো পুনঃস্থাপন কৰিবলৈ, &lt;b&gt;<xliff:g id="BYTES">%1$s</xliff:g>&lt;/b&gt; ঠাই খালী কৰক আৰু পুনৰ চেষ্টা কৰক"</string>
    <string name="message_restore_error_offline" msgid="4212551781323276126">"এই এপ্‌টো পুনঃস্থাপন কৰিবলৈ, আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰক আৰু পুনৰ চেষ্টা কৰক"</string>
    <string name="message_restore_error_installer_disabled" msgid="1089791898782445342">"এই এপ্‌টো পুনঃস্থাপন কৰিবলৈ, ছেটিঙত <xliff:g id="INSTALLERNAME">%1$s</xliff:g> সক্ষম কৰক"</string>
    <string name="message_restore_error_installer_absent" msgid="8492838251989389724">"এই এপ্‌টো পুনঃস্থাপন কৰিবলৈ, আপুনি <xliff:g id="INSTALLER_NAME">%1$s</xliff:g> ইনষ্টল কৰিব লাগিব"</string>
    <string name="message_restore_error_generic" msgid="5903850636679929406">"এই এপ্‌টো পুনঃস্থাপন কৰাত কিবা অসুবিধা হৈছিল"</string>
    <string name="message_uninstall_activity" msgid="3263352475743590167">"<xliff:g id="ACTIVITY_NAME">%1$s</xliff:g> হৈছে তলৰ এপ্‌টোৰ এটা অংশ: <xliff:g id="APP_NAME">%2$s</xliff:g>"</string>
    <string name="cannot_install_app_blocked_summary" msgid="2082063650842897085">"&lt;p&gt;এই এপ্‌টো অৱৰোধ কৰা হৈছে। আপোনাৰ ডিভাইচ আৰু ডেটা সুৰক্ষিত কৰি ৰখাত সহায় কৰিবলৈ, কেৱল সত্যাপন কৰা বিকাশকৰ্তাৰ এপ্‌হে ইনষ্টল কৰিব পাৰি।&lt;/p&gt; &lt;a href=https://g.co/android/developer&gt;বিকাশকৰ্তাৰ সত্যাপন কৰাৰ বিষয়ে অধিক জানক&lt;/a&gt;"</string>
    <string name="cannot_update_app_blocked_summary" msgid="7607734844900187499">"&lt;p&gt;এই এপ্‌টো আপডে’ট কৰা হোৱা নাই। আপোনাৰ ডিভাইচ আৰু ডেটা সুৰক্ষিত কৰি ৰখাত সহায় কৰিবলৈ, কেৱল সত্যাপন কৰা বিকাশকৰ্তাৰ আপডে’টহে ইনষ্টল কৰিব পাৰি।&lt;/p&gt; &lt;a href=https://g.co/android/developer&gt;বিকাশকৰ্তাৰ সত্যাপন কৰাৰ বিষয়ে অধিক জানক&lt;/a&gt;"</string>
    <string name="cannot_install_verification_no_internet_summary" msgid="7298957699553589600">"&lt;p&gt;এই এপ্‌টো ইনষ্টল কৰা হোৱা নাই। সত্যাপন নকৰা বিকাশকৰ্তাৰ এপ্‌ অসুৰক্ষিত হ’ব পাৰে।&lt;/p&gt; &lt;p&gt;এপৰ বিকাশকৰ্তাৰ সত্যাপন কৰিবলৈ এটা ইণ্টাৰনেট সংযোগৰ আৱশ্যক। আপোনাৰ সংযোগটো পৰীক্ষা কৰক, তাৰ পাছত পুনৰ ইনষ্টল কৰি চাওক। &lt;/p&gt; &lt;a href=https://g.co/android/developer&gt;বিকাশকৰ্তাৰ সত্যাপন কৰাৰ বিষয়ে অধিক জানক&lt;/a&gt;"</string>
    <string name="cannot_update_verification_no_internet_summary" msgid="8094414928318316598">"&lt;p&gt;এই এপ্‌টো আপডে’ট কৰা হোৱা নাই। সত্যাপন নকৰা বিকাশকৰ্তাৰ আপডে’ট অসুৰক্ষিত হ’ব পাৰে।&lt;/p&gt; &lt;p&gt;এপৰ বিকাশকৰ্তাৰ সত্যাপন কৰিবলৈ এটা ইণ্টাৰনেট সংযোগৰ আৱশ্যক। আপোনাৰ সংযোগটো পৰীক্ষা কৰক, তাৰ পাছত পুনৰ আপডে’ট কৰি চাওক। &lt;/p&gt; &lt;a href=https://g.co/android/developer&gt;বিকাশকৰ্তাৰ সত্যাপন কৰাৰ বিষয়ে অধিক জানক&lt;/a&gt;"</string>
    <string name="cannot_install_verification_unavailable_summary" msgid="3830073638843524892">"&lt;p&gt;এই এপ্‌টোৰ বিকাশকৰ্তাৰ সত্যাপন কৰোঁতে কিবা সমস্যা হৈছে। সত্যাপন নকৰা বিকাশকৰ্তাৰ এপ্‌ অসুৰক্ষিত হ’ব পাৰে, গতিকে এপ্‌টো ইনষ্টল কৰা হোৱা নাই।&lt;/p&gt; &lt;a href=https://g.co/android/developer&gt;বিকাশকৰ্তাৰ সত্যাপন কৰাৰ বিষয়ে অধিক জানক&lt;/a&gt;"</string>
    <string name="cannot_update_verification_unavailable_summary" msgid="342184955548504019">"&lt;p&gt;এই এপ্‌টোৰ বিকাশকৰ্তাৰ সত্যাপন কৰোঁতে কিবা সমস্যা হৈছে। সত্যাপন নকৰা বিকাশকৰ্তাৰ আপডে’ট অসুৰক্ষিত হ’ব পাৰে, গতিকে এপ্‌টো আপডে’ট কৰা হোৱা নাই।&lt;/p&gt; &lt;a href=https://g.co/android/developer&gt;বিকাশকৰ্তাৰ সত্যাপন কৰাৰ বিষয়ে অধিক জানক&lt;/a&gt;"</string>
    <string name="cannot_install_verification_unavailable_fail_closed_summary" msgid="3552780111383069051">"&lt;p&gt;এই এপ্‌টোৰ বিকাশকৰ্তাৰ সত্যাপন কৰোঁতে কিবা সমস্যা হোৱাৰ বাবে এপ্‌টো অৱৰোধ কৰা হৈছে। আপোনাৰ ডিভাইচ আৰু ডেটা সুৰক্ষিত কৰি ৰখাত সহায় কৰিবলৈ, কেৱল সত্যাপন কৰা বিকাশকৰ্তাৰ এপ্‌হে ইনষ্টল কৰিব পাৰি।&lt;/p&gt; &lt;a href=https://g.co/android/developer&gt;বিকাশকৰ্তাৰ সত্যাপন কৰাৰ বিষয়ে অধিক জানক&lt;/a&gt;"</string>
    <string name="cannot_update_verification_unavailable_fail_closed_summary" msgid="353457015429601377">"&lt;p&gt;এই এপ্‌টোৰ বিকাশকৰ্তাৰ সত্যাপন কৰোঁতে কিবা সমস্যা হোৱাৰ বাবে এপ্‌টো আপডে’ট কৰা হোৱা নাই। আপোনাৰ ডিভাইচ আৰু ডেটা সুৰক্ষিত কৰি ৰখাত সহায় কৰিবলৈ, কেৱল সত্যাপন কৰা বিকাশকৰ্তাৰ আপডে’টহে ইনষ্টল কৰিব পাৰি।&lt;/p&gt; &lt;a href=https://g.co/android/developer&gt;বিকাশকৰ্তাৰ সত্যাপন কৰাৰ বিষয়ে অধিক জানক&lt;/a&gt;"</string>
    <string name="more_details_expanded_install_summary" msgid="3545896392881608712">"যদি আপুনি সত্যাপন নকৰাকৈ ইনষ্টল কৰে, তেন্তে মনত ৰাখিব যে, সত্যাপন নকৰা বিকাশকৰ্তাৰ এপ্‌সমূহে আপোনাৰ ডিভাইচ আৰু ডেটাৰ বাবে বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে।"</string>
    <string name="more_details_expanded_update_summary" msgid="2239162864839036480">"যদি আপুনি সত্যাপন নকৰাকৈ আপডে’ট কৰে, তেন্তে মনত ৰাখিব যে, সত্যাপন নকৰা বিকাশকৰ্তাৰ আপডে’টসমূহে আপোনাৰ ডিভাইচ আৰু ডেটাৰ বাবে বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে।"</string>
    <string name="cannot_install_app_blocked_title" msgid="6372444121824751694">"এপৰ বিকাশকৰ্তাক সত্যাপন কৰা হোৱা নাই"</string>
    <string name="cannot_install_verification_no_internet_title" msgid="2862046642298119581">"ইণ্টাৰনেটৰ সংযোগ নাই, এপৰ বিকাশকৰ্তাক সত্যাপন কৰিব নোৱাৰি"</string>
    <string name="cannot_install_verification_unavailable_title" msgid="2038093442302309120">"এপৰ বিকাশকৰ্তাক সত্যাপন কৰিব নোৱাৰি"</string>
    <string name="install_without_verifying" msgid="5359680595440741626">"সত্যাপন নকৰাকৈ ইনষ্টল কৰক"</string>
    <string name="update_without_verifying" msgid="2841466981431484179">"সত্যাপন নকৰাকৈ আপডে’ট কৰক"</string>
    <string name="button_install" msgid="7434013176505680162">"ইনষ্টল কৰক"</string>
    <string name="button_update" msgid="3046719350226327526">"আপডে’ট কৰক"</string>
    <string name="button_update_anyway" msgid="6674207037708730779">"যিহ’লেও আপডে’ট কৰক"</string>
    <string name="button_done" msgid="3408025390982260629">"কৰা হ’ল"</string>
    <string name="button_open" msgid="6892684987374117955">"খোলক"</string>
    <string name="button_cancel" msgid="6690491435205617214">"বাতিল কৰক"</string>
    <string name="button_continue" msgid="107501685249826244">"অব্যাহত ৰাখক"</string>
    <string name="button_close" msgid="7187308556466275899">"বন্ধ কৰক"</string>
    <string name="button_uninstall" msgid="6317309210023038915">"আনইনষ্টল কৰক"</string>
    <string name="button_delete" msgid="1050833585936159792">"মচক"</string>
    <string name="button_reinstall" msgid="476377927808336418">"পুনৰ ইনষ্টল কৰক"</string>
    <string name="button_manage_apps" msgid="957735904821659812">"এপ্‌ পৰিচালনা কৰক"</string>
    <string name="button_archive" msgid="2719647830439699121">"আৰ্কাইভ কৰক"</string>
    <string name="button_restore" msgid="4388317532933866637">"পুনঃস্থাপন কৰক"</string>
    <string name="button_uninstall_updates_system_app" msgid="5510230756003755497">"আপডে’ট আনইনষ্টল কৰক"</string>
    <string name="button_settings" msgid="3837571366246132287">"ছেটিং"</string>
    <string name="button_retry" msgid="6736082260813816198">"পুনৰ চেষ্টা কৰক"</string>
    <string name="string_cloned_app_label" msgid="3596634458716024562">"<xliff:g id="PACKAGE_LABEL">%1$s</xliff:g>ৰ ক্ল’ন"</string>
</resources>
